March 2, 2025 8:57 PM

views 42

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ হাইস্কুলসমূহত প্রধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পথ প্ৰশস্ত

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ হাইস্কুল সমূহত প্রধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে। ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইয়ে কালি সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰৰ জৰিয়তে প্রাদেশিকৃত হাইস্কুলসমূহত প্রধান শিক্ষক পদলৈ পদোন্নতিৰ বাবে জিলা বাছনি সমিতিয়ে প্ৰস্তুত কৰা তালিকা ১০ দিনৰ ভিতৰত বন্ধ খামত দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। সমগ্ৰ বিষয়টো অতি জৰুৰী হিচাপে বিবেচনা কৰিবলৈও নির্দেশনাটোত উল্লেখ কৰা হৈছে...

January 12, 2025 8:09 PM

views 33

ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুমতি প্রদান

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছে। বিবদমান ৯ খন পঞ্চায়তক বাদ দি অতিশীঘ্ৰে ৰাজ্যজুৰি পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ'ব। শ্রীভূমি, কাছাৰ, হাইলাকান্দি আৰু মৰিগাঁৱক সামৰি এই বিষয়ত ৯ খন লেখ আবেদন দাখিল কৰা হৈছিল। ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ আদালতে এই সম্পৰ্কত পৰহি স্থগিত ৰখা ৰায়দান আজি প্ৰদান কৰে। এই ৰায় অনুযায়ী ৯ খন লেখ আবদনে সামৰি লোৱা অঞ্চলসমূহৰ বাদে আন পঞ্চায়ত সমূহত নির্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ প্ৰদান কৰা হয়। মুখ্যমন্ত্রী ...

December 17, 2024 11:42 AM

views 34

হিট এণ্ড ৰান ঘটনা সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত গোচৰ ৰুজু নকৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশ জাৰি

পথ দুৰ্ঘটনা সংঘটিত কৰি আৰক্ষীক খবৰ নিদিয়াকৈ পলায়ন কৰা অৰ্থাৎ‍ হিট এণ্ড ৰান ঘটনা সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতাৰ ১০৬-২ নম্বৰ ধাৰাৰ অধীনত গোচৰ ৰুজু নকৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নির্দেশ জাৰি কৰিছে। ন্যায়ালয়ে এই ধাৰাৰ অধীনত গোচৰ ৰুজু নকৰিবলৈ থানাসমূহলৈ নিৰ্দেশ জাৰি কৰাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানক নির্দেশ দিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে যোৱা ১ জুলাইৰ পৰা দেশত বলৱৎ কৰা নতুন ফৌজদাৰী আইনৰ অধীনৰ ভাৰতীয় ন্যায় সংহিতাৰ এই ধাৰাটোক বলৱৎকৰণৰ আউটাৰ পৰা বাদ দিয়া হৈছে। অসম আৰক্ষীয়ে এই ধাৰাৰ অ...