October 28, 2026 9:03 PM
10
ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যক গৰিমা গাৰ্গ শইকীয়াসহ শিল্পীৰ প্ৰতিনিধি দলৰ সাক্ষাৎ
জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত গৰিমা গাৰ্গ শইকীয়াসহ শিল্পীৰ প্ৰতিনিধি দল এটাই আজি লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যক সাক্ষাৎ কৰে। গৰিমা গাৰ্গে ৰাহুল গৌতম শৰ্মা, ৰাজেশ ভূঞা, জয়ন্ত কাকতি, অৰুণ হাজৰিকা, মঞ্জুলা বৰুৱাৰ উপস্থিতিত ৰাজ্যপাল আচাৰ্যক সাতদফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে। এই স্মাৰক পত্ৰৰ জৰিয়তে কাৰাগাৰত থকা অভিযুক্তই জামিন লাভ নকৰা আৰু জামিন লাভ কৰা সকলৰ জামিন নাকচ কৰা, জামিন পোৱা সকলে সাক্ষীক প্ৰৰোচিত কৰিব নোৱাৰাৰ ব্যৱস্থা কৰা, উচ্চতম ন্যায়ালয়ত শ্যামকানু মহন্ত আৰু সিদ...