June 22, 2025 11:36 AM

views 64

ৰাজ্যত সম্পূর্ণ নতুন পদ্ধতিৰে গাঁও পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া আৰম্ভ

ৰাজ্যত সম্পূর্ণ নতুন পদ্ধতিৰে গাঁও পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া কালি আৰম্ভ হৈছে। জিলা আয়ুক্তই নিয়োগ কৰা বিষয়াই পঞ্চায়তৰ জনপ্রতিনিধিসকলক গোপনীয়তাৰ শপতবাক্য পাঠ কৰায়। ইয়াৰ পাছতে সংশোধিত পঞ্চায়ত আইন অনুসৰি এইবাৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত সদস্যই গোপন ভোটৰ জৰিয়তে নিজ নিজ গাঁও পঞ্চায়তৰ সভাপতি আৰু উপ-সভাপতি নির্বাচন কৰে। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ বহু পাছত বিভিন্ন জিলাত পঞ্চায়ত গঠন প্ৰক্ৰিয়াত বিজেপিৰ মন্ত্ৰী, বিধায়কসকল ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। পঞ্চায়ত নিৰ্বাচিত সদস্যসকলৰ দ্বাৰা প...

May 9, 2025 6:38 PM

views 47

পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলাসমূহত প্রস্তুতি প্রায় সম্পূৰ্ণ

পৰহিলৈ হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলাসমূহত প্রস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। কামৰূপ জিলাত শান্তিপূর্ণভাৱে ভোটগণনাৰ বাবে তিনি ঠাইত ভোটগণনা কক্ষ স্থাপন কৰা হৈছে। আমিনগাঁও আয়ুক্তৰ কাৰ্যালয়, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় আৰু ৰঙিয়া সমজিলা কাৰ্যালয়ত ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। ইতিমধ্যে ভোটগণনাৰ বাবে নিৰীক্ষক, ভোটগণনা সহায়ক, সূক্ষ্ম পর্যবেক্ষকসকলকে ধৰি ভোটগণনা কৰ্মচাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ডিব্ৰুগড় জিলাতো ভোটগণনা নিয়াৰিকৈ সম্পন্ন কৰিবলৈ কালি এই প্রক্রিয়াত ন...

April 26, 2025 7:35 PM

views 52

গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত প্রিজাইডিং আৰু প’লিং বিষয়াৰ বিশেষ প্রশিক্ষণ

গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আজি নিৰ্বাচনী পর্যবেক্ষক মধুসূদন দাসৰ উপস্থিতিত প্রিজাইডিং আৰু প’লিং বিষয়াৰ বিশেষ প্রশিক্ষণ অনুষ্ঠিত হয়। এই প্রশিক্ষণ কাৰ্যসূচীত মহিলা প্রিজাইডিং আৰু প’লিং বিষয়া উপস্থিত থাকে।

March 5, 2025 12:31 PM

views 51

নতুন দিল্লীত আজি আদর্শ মহিলা অনুকুল গাঁও পঞ্চায়ত মুকলি

পঞ্চায়তীৰাজ মন্ত্ৰ্যালয়ে আজি নতুন দিল্লীত আদর্শ মহিলা অনুকুল গাঁও পঞ্চায়ত মুকলি কৰে। মন্ত্ৰ্যালয়ে এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সৈতে সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ লক্ষ্য হৈছে প্ৰতিখন জিলাতে কমেও এখনকৈ আদর্শ মহিলা অনুকুল গাঁও পঞ্চায়ত স্থাপন কৰা। ইয়াৰ জৰিয়তে লিংগ সংবেদনশীল আৰু কিশোৰী অনুকুল শাসন ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়াস কৰা হ'ব। অনুষ্ঠানত পঞ্চায়তী ৰাজ বিভাগৰ ৰাজ্য মন্ত্ৰী প্ৰফেছৰ এছ পি সিং বাঘেল, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলকে ধৰি বি...