October 29, 2025 8:51 PM

views 44

বাণিজ্যিক কয়লা খনি চতুর্দশ পর্যায় মুকলি মন্ত্রী জি কিষাণ ৰেড্ডীৰ

কয়লা আৰু খনি মন্ত্রী জি কিষাণ ৰেড্ডীয়ে আজি নতুন দিল্লীৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে বাণিজ্যিক কয়লা খনি চতুর্দশ পর্যায় মুকলি কৰে। এই উপলক্ষে শ্রীৰেড্ডীয়ে কয়, যে ব্যৱসায় সুগম কৰি তোলা, বিভিন্ন ক্ষেত্ৰৰ বাবে বিনিয়োগ আকর্ষণ কৰা আৰু উদ্যোগ জগতৰ ব্যাপক অংশগ্রহণত উদগণি যোগোৱাই এই নিলামৰ মূল উদ্দেশ্য। মন্ত্ৰীগৰাকীয়ে কয়, যে প্রথমবাৰৰ বাবে কয়লা আৰু খনি মন্ত্রালয়ে নিলামৰ পৰিকাঠামোৰ অধীনত ভূমিগত কয়লা গেছীয়কৰণৰ ব্যৱস্থা কৰিছে। তেওঁ লগতে কয়লা শক্তি ডেচবোৰ্ডৰো শুভাৰম্ভ কৰে। এই ব্যৱস্থা খনিৰ পৰা বজাৰলৈ কয়লাৰ যোগান...

December 18, 2024 2:11 PM

views 53

চৰকাৰে আন্তঃগাঁথনি উন্নয়ন, অর্থনৈতিক বিকাশ আৰু কৃষিৰ লগতে সাংস্কৃতিক বিকাশ আৰু সম্প্ৰীতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছেঃ জি কিষান ৰেড্ডী

চৰকাৰে আন্তঃগাঁথনি উন্নয়ন, অর্থনৈতিক বিকাশ আৰু কৃষিৰ লগতে সাংস্কৃতিক বিকাশ আৰু সম্প্ৰীতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্রী জি কিষান ৰেড্ডীয়ে প্ৰকাশ কৰিছে। আজি পুৱা নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ভাষাসমূহ ৰাষ্ট্ৰীয় ঐক্য আৰু সাংস্কৃতিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ভেঁটিস্বৰূপ। ভাৰতৰ ঐতিহাসিক বৈচিত্ৰ্যৰ বিষয়ে উল্লেখ কৰি শ্ৰী ৰেড্ডীয়ে কয় যে ভাৰতত ১২১টা বিশিষ্ট ভাষা আৰু প্রায় ১,৬০০টা উপভাষা আছে। তেওঁ লগতে কয় যে ভাষাসমূহ কেৱল যোগাযোগৰ মাধ্যমেই নহয় ব...