June 16, 2026 1:51 PM

views 42

ফ্ৰান্সৰ ইভিয়ানত জি-৭ ৰাষ্ট্ৰগোষ্ঠীৰ ৫২সংখ্যক সন্মিলন আৰম্ভ

ফ্ৰান্সৰ ইভিয়ানত কালি জি-৭ ৰাষ্ট্ৰগোষ্ঠীৰ ৫২ সংখ্যক সন্মিলন আৰম্ভ হৈছে। বৈঠকত বিশ্বৰ আগশাৰীৰ অর্থনীতিসম্পন্ন দেশসমূহৰ নেতৃবৃন্দ বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানসমূহৰ সন্দৰ্ভত আলোচনাত মিলিত হৈছে।  বৈঠকৰ সৈতে সংগতি ৰাখি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰই "বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ একেলগে কাম কৰা" বিষয়ত আলোচনা কৰিবলৈ কালি নৈশভোজৰো আয়োজন কৰে৷  ইয়াৰ পূৰ্বে শ্ৰীমেক্ৰই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প, ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰকে ধৰি জি...