July 27, 2024 9:26 PM

views 47

ভূ-বিজ্ঞান মন্ত্ৰ্যালয়ৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ভূ-বিজ্ঞান মন্ত্ৰ্যালয়ে আজি নতুন দিল্লীৰ পৃথ্বী ভৱনৰ মুখ্য কাৰ্যালয়ত ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। ২০০৬ চনৰ ১৭ জুলাইত প্ৰতিষ্ঠা হোৱা এই মন্ত্ৰ্যালয়টোৱে প্ৰায় দুটা দশকজুৰি ভূ-বিজ্ঞান ব্যৱস্থাপনাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৰিহণা আগবঢ়াই আহিছে। ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অধ্যাপক অজয় কুমাৰ ছুড় এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত ভূ-বিজ্ঞান মন্ত্ৰ্যালয়ৰ সচিব ড০ এম ৰবিচন্দ্ৰনে কয় যে, ১৮ বছৰ ধৰি এই বিভাগটোৱে যথেষ্ট কৃতিত্ব অর্জন কৰি আহিছে। তেওঁ লগতে কয় যে, ...

May 15, 2024 5:57 PM

views 41

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯৫৭ চনৰ ১৫ মে'ত প্ৰতিষ্ঠা লাভ কৰা বিভাগটোৱে বিগত ৬৭ বছৰ ধৰি জনসাধাৰণক তথ্য, শিক্ষা আৰু জ্ঞানৰ খোৰাক যোগাই আহিছে। বহুজন হিতায়, বহুজন সুখায় বাণীক সাৰোগত কৰি বিভাগটোৱে শ্ৰোতাক নিৰপেক্ষ আৰু শুদ্ধ তথ্যৰে বাতৰি দিয়াৰ লগতে ভাষাৰ ক্ষেত্ৰত সংযত হৈ গৰিমা বজাই ৰাখি আহিছে। সম্প্ৰতি আঞ্চলিক বাতৰি বিভাগে দৈনিক ৮খন বুলেটিন, ৮টা নিউজ হেডলাইনছ, চাৰিটা প্রাসঙ্গিক বিষয়ৰ অনুষ্ঠানৰ উপৰি দিল্লীৰ পৰা প্ৰচাৰিত সাম্প্ৰতিক প্ৰসঙ্গৰ অনুষ্ঠান স্পটলা...