October 29, 2026 8:39 PM

views 10

নাগৰিকৰ সক্ৰিয় অংশগ্রহণ, সামুহিক দায়ৱদ্ধতা আৰু সমাজৰ প্ৰতি থকা নিষ্ঠাই দেশ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰেঃ উপ-ৰাষ্ট্ৰপতি

নাগৰিকৰ সক্ৰিয় অংশগ্রহণ, সামুহিক দায়ৱদ্ধতা আৰু সমাজৰ প্ৰতি থকা নিষ্ঠাই দেশ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। নতুন দিল্লীত বিকশিত ভাৰতৰ বাবে নাগৰিকৰ কৰ্তব্য শীৰ্ষক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি প্রাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, বিকশিত ভাৰত হৈছে এক সমূহীয়া দৃষ্টিভংগী, যিয়ে প্ৰতিগৰাকী ব্যক্তিক সমাজ শক্তিশালী কৰা, নাগৰিকৰ মূল্যবোধ ৰক্ষা কৰা আৰু দেশৰ প্ৰগতিত অৰিহণা যোগাবলৈ আহ্বান জনায়। বিশ্ব প্ৰগতিৰ দিশত অগ্ৰসৰ হোৱাৰ লগে লগে দেশৰ প্ৰতিগৰাকী নাগৰিকৰ নিষ্...