August 9, 2026 11:59 AM

views 11

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন খণ্ডক অধিক সু-সংগঠিত, বহনক্ষম আৰু পৰ্যটক অনুকূল কৰি তোলাৰ লক্ষ্যৰে কঁহৰাত বন মন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন খণ্ডক অধিক সু-সংগঠিত, বহনক্ষম আৰু, পৰ্যটক অনুকূল কৰি তোলাৰ লক্ষ্যৰে কালি কঁহৰাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বন আৰু পৰিৱেশ মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত সমাগত পর্যটন বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটন ব্যৱস্থা অধিক উন্নত কৰাৰ লগতে পৰ্যটনৰ জৰিয়তে স্থানীয় ৰাইজৰ সংস্থাপনৰ বাট মুকলিৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত জীপ ছাফাৰী, হাতী ছাফাৰী, স্থানীয় পর্যটন উদ্যোগী, বিভিন্ন দল-সংগঠন আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে মত বিনিময়ত কৰা হয়। এই ...