July 7, 2026 11:34 AM

views 17

অসম চুক্তিৰ আধাৰত ৰাজ্যত বৰ্তমানলৈকে ১,৭২, ৬৭৩ জন বিদেশী চিনাক্ত

অসম চুক্তিৰ আধাৰত ৰাজ্যত বৰ্তমানলৈকে এক লাখ ৭২ হাজাৰ ৬৭৩ জন বিদেশী চিনাক্ত কৰা হৈছে। চলিত বৰ্ষৰ ৩০ জুন পর্যন্ত ৰাজ্য চৰকাৰে ৩১ হাজাৰ ৭৮৯ জন বিদেশী বহিষ্কাৰ কৰিছে। বিধানসভাত কালি গৃহ আৰু ৰাজনৈতিক বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্ৰকাশ কৰিছে। অগপ বিধায়িকা দীপ্তিমণি চৌধুৰীয়ে বিদেশী চিনাক্তকৰণ সন্দৰ্ভত উত্থাপন কৰা এটা লিখিত প্ৰশ্নৰ উত্তৰত ড০ শৰ্মাই কয়, যে ২৯ হাজাৰ ৬৬৩ জন বিদেশীক ইতিমধ্যে পুচবেক পদ্ধতিৰে বহিষ্কাৰ কৰা হৈছে। গোৱালপাৰা জিলাৰ মটিয়াৰ ট্ৰেনজিত কেম্পত মুঠ...