September 12, 2026 11:34 AM

views 4

অষ্টাদশ ব্রিকছ শীর্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে নতুন দিল্লীত উপস্থিত বিদেশী নেতা-জ্যেষ্ঠ বিষয়া

অষ্টাদশ ব্রিকছ শীর্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ইতিমধ্যে ভালেসংখ্যক বিদেশী নেতা আৰু জ্যেষ্ঠ বিষয়া নতুন দিল্লীত উপস্থিত হৈছে। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবাবো ছুবিয়াণ্টোই যোৱা নিশা ৰাজধানী মহানগৰখনত উপস্থিত হৈছে। ৰাষ্ট্ৰপতিগৰাকীক কেন্দ্ৰীয় কয়লা আৰু খনি ৰাজ্য মন্ত্ৰী সতীশ চন্দ্ৰ ডুবেই বিমান বন্দৰত আদৰণি জনায়। বুৰুণ্ডিৰ ৰাষ্ট্ৰপতি এভাৰিষ্টে নাডাইছিমিয়ে আফ্রিকান ইউনিয়নক প্ৰতিনিধিত্ব কৰি ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে কালি নতুন দিল্লীত উপস্থিত হয়। তেওঁক কেন্দ্ৰীয় গধূৰ উদ্যোগ আৰু তীখা...