March 1, 2025 8:46 PM

views 44

জনসাধাৰণৰ পৰা সংগৃহীত কৰৰ উন্নত ব্যৱস্থাপনা সম্ভৱ হৈ উঠিছে : মন্ত্ৰী নির্মলা সীতাৰমণ

প্ৰযুক্তিৰ ফলপ্রসূ ব্যৱহাৰৰ বাবে সম্প্ৰতি চৰকাৰে জনসাধাৰণৰ পৰা সংগৃহীত কৰৰ উন্নত ব্যৱস্থাপনা সম্ভৱ হৈ উঠিছে বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ৪৯ সংখ্যক অসামৰিক হিচাপ-নিকাচ দিৱস উদযাপন সমাৰোহত ভাষণ দি মন্ত্ৰীগৰাকীয়ে ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনা প্ৰণালীৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয়, যে চৰকাৰী সেৱাসমূহ জনসাধাৰণলৈ বৈদ্যুতিন ব্যৱস্থাৰে উপলভ্য কৰোৱাৰ বাবে চলোৱা প্ৰচেষ্টাৰ ডিজিটেল ইণ্ডিয়া উদ্যমে যথেষ্ট সহায় কৰিছে। তেওঁ কয়, যে ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনা...

October 19, 2024 7:06 PM

views 46

ভাৰত-মেক্সিকোৰ মাজত বিভিন্ন ক্ষেত্ৰত ব্যাপক সহযোগিতাৰ সম্ভাৱনা আছেঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে ভাৰত আৰু মেক্সিকোৰ মাজত বিভিন্ন ক্ষেত্ৰত ব্যাপক সহযোগিতাৰ সম্ভাৱনা আছে। ভাৰত-মেক্সিকো বাণিজ্য আৰু বিনিয়োগ সন্মিলনত তেওঁ কয় যে বিশেষকৈ ঔষধ উৎপাদন আৰু অট’মটিভ ক্ষেত্ৰত ভাৰতৰ যথেষ্ট সম্ভাৱনা আছে। শ্ৰীমতী সীতাৰমনে কয় যে ভাৰতে ডিজিটেল অৰ্থব্যৱস্থাৰ ক্ষেত্ৰত গোলকীয় স্তৰত বিশেষ পাৰদৰ্শিতা দেখুৱাই আছে তথা ফিনটেক আৰু ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত উদ্ভাৱনৰ বাবে ভাৰত আৰু মেক্সিকোৰ মাজত বিনিয়োগে বৃহৎ সুযোগ প্রদান কৰিব। শ্রীমতী সীতাৰমনে মেক্সিকোৰ বিত্ত সচিবকো সাক্ষাৎ কৰ...