October 8, 2026 9:29 PM
5
সামগ্ৰী আৰু সেৱাকৰ জি এছ টি পৰিষদে কৰ বিষয়াসকলৰ গ্ৰেপ্তাৰ কৰাৰ অধিকাৰ প্ৰত্যাহাৰ কৰিছে
সামগ্ৰী আৰু সেৱাকৰ জি এছ টি পৰিষদে কৰ বিষয়াসকলৰ গ্ৰেপ্তাৰ কৰাৰ অধিকাৰ প্ৰত্যাহাৰ কৰিছে আৰু আইনী প্ৰক্ৰিয়াৰ বাবে ন্যূনতম সীমা ১ কোটিৰ পৰা ৫ কোটি টকালৈ বৃদ্ধি কৰিছে। প্ৰতিটো গোচৰত জৰিমনা, কাৰাবাস বা দুয়ো ধৰণৰ শাস্তিৰ বিষয়টো ন্যায়ালয়ৰ বিবেচনাৰ ওপৰত এৰি দিয়া হৈছে। পলমকৈ কৰ দাখিল কৰা, কৰ দাখিলত ভুল কৰা বা পৰিশোধ কৰাত ব্যর্থ হোৱা কৰাতাসকলে পুনৰুদ্ধাৰ, সুদ আৰু আনুপাতিক জৰিমনা ভৰিব লাগিব। জি এছ টি পৰিষদৰ বৈঠকৰ অন্তত আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়...