October 28, 2026 12:45 PM
3
কেপ্তেইন স্মিত মাছছাৰসহ ফ্লাইডুৱাইৰ কৰ্মচাৰীক প্ৰথম শ্ৰেণীৰ ‘অৰ্ডাৰ অৱ জায়েদ টু’ সন্মান প্রদান
সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ অল নাহয়ানে কেপ্তেইন স্মিত মাছছাৰসহ ফ্লাইডুৱাইৰ কৰ্মচাৰীসকলক প্ৰথম শ্ৰেণীৰ 'অৰ্ডাৰ অৱ জায়েদ টু' সন্মান প্রদান কৰিছে। উল্লেখযোগ্য যে, যোৱা ৩০ ছেপ্টেম্বৰত ডুবাইৰ পৰা তেল আভিভলৈ যাত্ৰা কৰা FZ1073 নম্বৰৰ বিমানখনত হোৱা এটা দুর্ঘটনাৰ সময়ত যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্রত দেখুওৱা সাহসী পদক্ষেপৰ স্বীকৃতি স্বৰূপে তেওঁলোকক দেশখনৰ সৰ্বোচ্চ অসামৰিক বটাসমূহৰ অন্যতম এই সন্মান প্রদান কৰা হৈছে। ইউ.এ.ই.ৰ ৰাষ্ট্ৰপতিগৰাকীয়ে উপ-ৰাষ্ট্ৰপতি তথা প্রধা...