July 2, 2026 11:11 AM

views 24

অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে। ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া দিছপুৰত এখন পর্যালোচনা বৈঠকত মিলিত হৈ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই আশ্বাস দিয়ে। বৈঠকত কেন্দ্রীয় মন্ত্ৰী দুগৰাকীয়ে চলিত বৰ্ষৰ প্ৰথমটো বানৰ কবলত পৰা ধেমাজিকে ধৰি ৰাজ্যৰ ১৩ খন জিলাৰ শেহতীয়া পৰিস্থিতি পর্যালোচনাৰ লগতে ক্ষয়-ক্ষতিৰ বুজ লয়। শ্রীচৌহ...