September 27, 2026 7:50 PM

views 2

কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে গুজৰাটৰ সবৰমতীত কেইবাটাও ৰে’ল উন্নয়ন প্রকল্প মুকলি কৰে

কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটৰ সবৰমতীত ১৫০০ কোটি টকাতকৈও অধিক টকা ব্যয়সাপেক্ষ কেইবাটাও ৰে'ল উন্নয়ন প্রকল্প মুকলি কৰাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে সবৰমতী ষ্টেচনৰ পৰা দেশৰ প্ৰথমখন তৰল প্রাকৃতিক গেছচালিত ৰেল পতাকা জোকাৰি মুকলি কৰে। এই অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলো উপস্থিত থাকে। উল্লেখযোগ্য যে দেশৰ প্ৰথমখন তৰল প্রাকৃতিক গেছচালিত ৰে'লত ডিজেল-তৰল প্রাকৃতিক গেছৰ দ্বৈত ইন্ধন ব্যৱস্থা ব্যৱহাৰ কৰা হৈছে। এই ৰেলখনৰ চলাচল আৰম্ভ হোৱ...