July 18, 2026 7:56 PM

views 5

৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাসমূহ আজি ঘোষণা

৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাসমূহ আজি ঘোষণা কৰা হৈছে। আদিত্য সুহাস জাম্ভালৰ পৰিচালিত ARTICLE 370 ছবিখনলৈ শ্রেষ্ঠ ছবিৰ বঁটা আগবঢ়োৱা হৈছে। ৰাজকুমাৰ ৰাও অভিনীত চলচিত্ৰ শ্ৰীকান্তলৈ শ্ৰেষ্ঠ হিন্দী চলচিত্ৰৰ বঁটা আগবঢ়োৱা হৈছে। যদুমণি দত্ত পৰিচালিত জুইফুললৈ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে। কার্তিক আয়ন আৰু মামুত্তিক যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আগবঢ়োৱা হৈছে। আনহাতে য়ামি গৌতমে ARTICLE 370 ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে। আনহাতে, সুমিৰা ৰায়ে পৰিচালনা কৰা ভং...