September 5, 2026 10:14 AM

views 5

পোলেণ্ডৰ ৰাষ্ট্ৰপতি কেৰল নাৱৰ’কিক সাক্ষাৎ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি ৱাৰ্ছত পোলেণ্ডৰ ৰাষ্ট্ৰপতি কেৰল নাৱৰ'কিক সাক্ষাৎ কৰি ভাৰত-পোলেণ্ড কৌশলগত অংশীদাৰিত্বৰ ইতিবাচক দিশ সন্দৰ্ভত আলোচনা কৰে। তেওঁ ভাৰত-পোলেও সংসদীয় গোটৰ সদস্যসকলকো সাক্ষাৎ কৰি সমসাময়িক ভাৰত-পোলেণ্ড সম্পর্ক সুদৃঢ় কৰাৰ সন্দৰ্ভত মত বিনিময় কৰে৷ ইয়াৰ পূৰ্বে মন্ত্ৰী শ্ৰী জয়শংকৰে পোলেণ্ডৰ উপ-প্রধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ৰাডছলাভ ছিকোৰস্কিক সাক্ষাৎ কৰি ২০২৪-২৮ চনৰ যুটীয়া কাৰ্য্য পৰিকল্পনাৰ অগ্ৰগতি পর্যালোচনা কৰে। খাদ্য, ইন্ধন আৰু সাৰ উপলব্ধতাৰ সৈতে জড়িত...