June 17, 2024 8:47 PM

views 28

বান ক্ষতিগ্ৰস্ত ছিকিমৰ মংগন জিলাৰ ছুংথাঙত আবদ্ধ পৰ্যটকক উদ্ধাৰৰ কাম অব্যাহত

বান ক্ষতিগ্ৰস্ত ছিকিমৰ মংগন জিলাৰ ছুংথাঙত আবদ্ধ হৈ থকা পৰ্যটকসকলক আজি পুৱাৰে পৰা নিৰাপদে উদ্ধাৰ কৰাৰ কাম অব্যাহত আছে। জিলাখনৰ উপায়ুক্তই প্ৰকাশ কৰা অনুসৰি পৰ্যটকসকলক ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা ৰাজ্যৰ ৰাজধানী গেংটকলৈ পথেৰে লৈ যোৱাৰ কাম অব্যাহত আছে। প্ৰতিকূল বতৰৰ বাবে তেওঁলোকক বিমানেৰে স্থানান্তৰ কৰিব পৰা হোৱা নাই। উল্লেখযোগ্য যে ৰাজ্যখনৰ পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ছেৰিং থেণ্ডুপ ভূটিয়াৰ তত্বাৱধানত ছুংথাঙত আবদ্ধ হৈ থকা ১৫ গৰাকী বিদেশী পর্যটককে ধৰি কমেও দুহেজাৰ গৰাকী পৰ্যটকক বিমান আৰু পথেৰ...