June 8, 2026 11:19 AM

views 27

ইউৰোপীয় সংঘৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ দুদিনীয়া ভ্রমণসূচীৰে আজি অসম আগমণ

ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল দুদিনীয়া ভ্রমণসূচীৰে আজি অসমলৈ আহিব। এই ভ্রমণে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন খণ্ডত বিনিয়োগ আৰু নিয়োগৰ নতুন দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। প্রতিনিধি দলটোক অসমলৈ আদৰণি জনাই সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলৰ অসম ভ্রমণে ভাৰত-ইউৰোপীয় সংঘৰ মাজত শক্তিশালী সম্পৰ্ক, বাণিজ্য সম্পৰ্ক আৰু উমৈহতীয়া প্ৰগতিৰ গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা কৰিব। তেওঁ কয়, যে ইউৰোপীয়ান ব্লু ভেলী ক্লা...