September 9, 2026 7:59 PM
4
শিক্ষাবৰ্ষৰ ক্ষতিপূৰণ আৰু পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ বাবে নিয়মীয়া পাঠদানৰ সময়সীমা বৃদ্ধি
ৰাজ্যৰ কেইবাখনো জিলাত বানৰ বাবে ব্যাহত হোৱা শিক্ষাবৰ্ষৰ ক্ষতিপূৰণ আৰু পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে দশম আৰু দ্বাদশ শ্ৰেণীৰ নিয়মীয়া পাঠদানৰ সময়সীমা অহা বৰ্ষৰ ফেব্ৰুৱাৰী আৰু মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমত এই ঘোষণা কৰে। এটা বার্তাত শিক্ষামন্ত্ৰীগৰাকীয়ে শেহতীয়া বানপানীয়ে কেইখনমান জিলাত সৃষ্টি কৰা ব্যাঘাত আৰু চলি থকা লোকপিয়লৰ কাম-কাজৰ পৰিপ্ৰেক্ষিতত দশম শ্ৰেণীৰ নিয়মীয়া পাঠদান ২২ ফেব্ৰুৱাৰী ২০২৭ লৈ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান ৮ মার্চ ২০২৭ লৈ অব্যাহত থাকিব। সেই ...