September 22, 2026 8:46 PM

views 11

ভাৰতৰ পৰৱৰ্তী পৰ্যায়ৰ অৰ্থনৈতিক বিকাশ গুণগত মানৰ ওপৰত ভিত্তি কৰি গঢ়ি তুলিব লাগিবঃ বিত্তমন্ত্রী নির্মলা সীতাৰমণ

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কয় যে ভাৰতৰ পৰৱৰ্তী পৰ্যায়ৰ অৰ্থনৈতিক বিকাশ গুণগত মানৰ ওপৰত ভিত্তি কৰি গঢ়ি তুলিব লাগিব। নতুন দিল্লীত অনুষ্ঠিত সৰ্বভাৰতীয় ব্যৱস্থাপনা সংস্থাৰ ৫৩সংখ্যক ৰাষ্ট্ৰীয় ব্যৱস্থাপনা সন্মিলনত ভাষণ দি শ্ৰীমতী সীতাৰমণে কয় যে প্ৰতিটো কাৰখানাৰ মজিয়া, বৰ্ডৰুম, সেৱা কেন্দ্ৰ আৰু গৱেষণা তথা উন্নয়ন বিভাগ সমূহে অধিক উচ্চ মানদণ্ডৰ, ক্ৰুটিহীন আৰু অধিক নিৰ্ভৰযোগ্যতাৰ লক্ষ্যৰে কাম কৰিব লাগিব। শ্ৰীমতী সীতাৰমণে উল্লেখ কৰে যে বিশ্ব অর্থনীতি বর্তমান এক অনিশ্চিত সময়ৰ মাজেৰে গ...