October 16, 2026 11:12 AM

views 7

ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী কৰিবলৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশ

নির্বাচন আয়োগে অসমসহ দেশৰ ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত অহা বছৰৰ পহিলা জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী কৰিবলৈ নিৰ্দেশ দিছে। বাকী ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত বিহাৰ, ছত্তিশগড়, গোৱা, গুজৰাট, কেৰলম, মধ্য প্ৰদেশ, মণিপুৰ, পাঞ্জাৱ, ৰাজস্থান, তামিলনাড়ু, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগ, পুডুচেৰী, লাক্ষাদ্বীপ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ আছে। নির্বাচন আয়োগে প্রকাশ কৰা মতে আয়োগে যোৱা ২৯ ছেপ্তেম্বৰত ভোটাৰ তালিকাৰ পৰা বাদ পৰি যোৱা যোগ্...