October 23, 2026 1:39 PM
3
চি ডি চি ৰ ইবোলা সংক্রমণ নিয়ন্ত্ৰণৰ বাবে অধিক সমন্বিত পদক্ষেপ গ্রহণ কৰিবলৈ আহ্বান
আফ্রিকান ইউনিয়ন আৰু আফ্ৰিকা চেণ্টাৰছ ফৰ ডিজিজ কণ্ট্ৰ'ল এণ্ড প্রিভেনচন আফ্রিকা চি ডি চি য়ে আফ্রিকাজুৰি বিয়পি পৰা বুণ্ডিবুগ্যো ইবোলা সংক্রমণ নিয়ন্ত্ৰণৰ বাবে অধিক সমন্বিত পদক্ষেপ গ্রহণ কৰিবলৈ আহ্বান জনাইছে। কালি আফ্রিকান ইউনিয়নৰ আয়োগৰ অধ্যক্ষ মাহমুদ আলী ইউছুফ আৰু আফ্ৰিকা চিডিচিৰ সঞ্চালক প্রধান জিন কাছেয়াই মহাদেশখনত এই সংক্রমণৰ সৈতে মোকাবিলা আৰু প্ৰস্তুতিমূলক ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰাৰ পিছতে এই আহ্বান জনোৱা হয়। কাছেয়াই সংক্রমণ নিয়ন্ত্ৰণ আৰু জনস্বাস্থ্যৰ প্রস্তুতি অধিক শক্তিশালী কৰাৰ ...