October 11, 2026 10:53 AM
8
বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰৰ অধ্যক্ষতাত আফ্রিকাস্থিত ভাৰতীয় মিছনৰ মুৰববীসকলৰ সন্মিলন
বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে কালি আডিছ আবাবাত আফ্রিকাস্থিত ভাৰতীয় মিছনৰ মুৰববীসকলৰ সন্মিলনত অধ্যক্ষতা কৰে। এই উপলক্ষে ড° জয়শংকৰে কয়, যে ভাৰত আৰু আফ্ৰিকাৰ মাজত গ্ল'বেল ছাউথ একতা, কৌশলগত স্বতন্ত্রতা, বহুমুখী আৰু উমৈহতীয়া উন্নয়ন আকাংক্ষাৰ ভিত্তিত গভীৰ সম্পৰ্ক গঢ় লৈ উঠিছে। ড° জয়শংকৰে ইথপিয়াৰ ৰাজধানী ভাৰত-আফ্রিকা সহযোগিতা সন্দৰ্ভত দৃষ্টিভংগী প্ৰকাশ কৰাৰ এদিন পাছতে আয়োজন কৰা এই সম্মিলন বিশেষ তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে। শুকুৰবাৰে আডিছ আবাবাৰ আদৱা স্মাৰক সংগ্ৰহালয়ত ভাৰত-আফ্ৰিকাৰ মাজৰ সম্পৰ...