September 27, 2026 11:22 AM
6
ভাৰতে সম্প্রতি অব্যাহত থকা সংঘৰ্ষৰ মাজত সকলো পক্ষকে সংযম বৰ্তাই ৰাখিবলৈ, উত্তেজনা হ্রাস কৰিবলৈ আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনাইছে
ভাৰতে সম্প্রতি অব্যাহত থকা সংঘৰ্ষৰ মাজত সকলো পক্ষকে সংযম বৰ্তাই ৰাখিবলৈ, উত্তেজনা হ্রাস কৰিবলৈ, জনসাধাৰণৰ সুৰক্ষা তথা শক্তি আৰু বাণিজ্যৰ নিৰৱচিন্ন প্ৰৱাহ নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। নিউয়র্কত যোৱানিশা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত দিয়া ভাষণত বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে কয়, যে যুদ্ধৰ প্ৰভাৱ কেবল প্রত্যক্ষভাবে জড়িত ৰাষ্ট্ৰসমূহৰ মাজতে সীমাবদ্ধ নহয় বৰঞ্চ এনে ৰাষ্ট্ৰৰ সীমাৰ বাহিৰতো ইয়াৰ প্রতিক্রিয়া অনুভৱ কৰা হয়। তেওঁ কয়, যে শত্রুৱে নিৰন্তৰ গোলকীয় নিৰাপত্তা বিঘ্নিত কৰাৰ লগতে প্ৰগতিৰ প্ৰতি ভাবুকি...