September 21, 2026 3:11 PM
3
বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে নিউয়ৰ্কত হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৮১ সংখ্যক অধিবেশনত ভাৰতীয় প্রতিনিধি দলক নেতৃত্ব দিব
বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত হ'বলগীয়া ৰাষ্ট্ৰসংঘৰ ২৮ সাধাৰণ সভাৰ ৮১ সংখ্যক অধিবেশনত ভাৰতীয় প্রতিনিধি দলক নেতৃত্ব দিব। কাইলৈৰপৰা ছেপ্টেম্বৰলৈ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত বার্ষিক উচ্চ পৰ্যায়ৰ সাধাৰণ বৈঠকত বিশ্ব নেতাসকলে অংশ ল'ব। অহা ২৬ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৮১ সংখ্যক অধিবেশনৰ এখন উচ্চ পৰ্যায়ৰ বৈঠকত ড° জয়শংকৰে ভাষণ দিয়াৰ কথা। এই অধিবেশনৰ বিষয়বস্তু হৈছে 'আস্থা ঘূৰাই অনা, ৰূপান্তৰৰ ব্যৱস্থা কৰাঃ এখন যুক্তৰাষ্ট্ৰ যিয়ে, সকলোৰে বাবে কাম কৰে'। ৰাষ্ট্...