July 12, 2026 8:18 PM

views 13

কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী ড০ মনসুখ মাণ্ডাভিয়াই পৰহিলৈ দেশৰ ভিন ভিন প্ৰান্তৰ সাতখনকৈ কৰ্মচাৰী ৰাজ্য বীমা নিগম স্বাস্থ্য প্রকল্প মুকলি কৰিব

কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী ড০ মনসুখ মাণ্ডাভিয়াই পৰহিলৈ দেশৰ ভিন ভিন প্ৰান্তৰ সাতখনকৈ কৰ্মচাৰী ৰাজ্য বীমা নিগম স্বাস্থ্য প্রকল্প মুকলি কৰিব। এই সাতোটা প্ৰকল্পৰ নিৰ্মাণ কাৰ্যত প্রায় ৬৬৮ কোটি টকা ব্যয় কৰা হৈছে। মঙলবাৰে ড০ মাণ্ডাভিয়াই তেলেংগানাৰ ছনথ নগৰস্থিত কৰ্মচাৰী ৰাজ্য বীমা নিগম আদর্শ চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়ৰ বহিঃস্বাস্থ্য বিভাগৰ নতুন খণ্ড মুকলি কৰাৰ লগতে আন ছটা প্রকল্প ভার্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিব। উল্লেখযোগ্য যে ভার্চুৱেল ব্যৱস্থাৰে মুকলি হ'বলগীয়া প্ৰকল্পৰ ভিতৰত নতুনকৈ বিকশা...

September 24, 2025 12:16 PM

views 31

কাইলৈৰ পৰা চলিত বৰ্ষৰ বিশ্ব পেৰা এথলেটিক্স চেম্পিয়নশ্বিপছ

ভাৰতবৰ্ষই গোলকীয় প্রতিযোগিতাসমূহ আয়োজন কৰাৰ সম্পূৰ্ণ ক্ষমতাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। ক্রীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী ড° মনসুখ মান্দাভিয়াই নতুন দিল্লীত কাইলৈৰ পৰা হ'বলগীয়া চলিত বৰ্ষৰ বিশ্ব পেৰা এথলেটিক্স চেম্পিয়নশ্বিপছৰ প্ৰস্তুতিৰ বুজ লৈ কালি এই মন্তব্য কৰে। পৰিদৰ্শনৰ অংশ হিচাপে মন্ত্ৰীগৰাকী প্ৰতিযোগিতাখনৰ সৈতে জড়িত বিভিন্ন সা-সুবিধাৰ বুজ লয় আৰু অংশগ্ৰহণকাৰী খেলুৱৈ তথা বিষয়াসকলৰ বাবে বিশ্বমানৰ ব্যৱস্থা তথা অহৰহ সেৱাত গুৰুত্ব দিয়ে। মন্ত্ৰীগৰাকীয়ে কয়, যে ...