October 3, 2026 12:57 PM
6
পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে জনসাধাৰণলৈ জনোৱা আহ্বান এতিয়া চৰকাৰী প্ৰশাসনৰ এটা স্থায়ী কাৰ্যসূচীত পৰিণত হৈছে বুলি ড° জীতেন্দ্র সিঙৰ মন্তব্য
পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে জনসাধাৰণলৈ জনোৱা আহ্বান এতিয়া চৰকাৰী প্ৰশাসনৰ এটা স্থায়ী কাৰ্যসূচীত পৰিণত হৈছে বুলি কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ড° জীতেন্দ্র সিঙে মন্তব্য কৰিছে। নতুন দিল্লীত 'বিশেষ স্বচ্ছতা অভিযান ৬.০' ৰ ৰূপায়ণ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে মুকলি কৰি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে, ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা জনোৱা আহ্বানৰ পাছতেই এই অভিযানে এটা গণ আন্দোলনৰ ৰূপ লাভ কৰে। ড° সিঙে উল্লেখ কৰে যে এই অভিযানে পুৰণি ফাইলসমূহৰ নিষ্পত্তি, অলাগতিয়াল আ...