October 25, 2026 12:12 PM
7
দিল্লীৰ এন চি আৰৰ বাবে বায়ু প্ৰদূষণ বিশ্লেষণ গৱেষণাগাৰ ব্যৱস্থা মুকলি
কেন্দ্রীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড° জিতেন্দ্র সিঙে কালি নতুন দিল্লীত ভাৰতীয় প্রযুক্তি ব্যৱস্থাপনা প্রতিষ্ঠানত অত্যাধুনিক বায়ুমণ্ডলীয় ৰসায়ন আৰু বায়ুমণ্ডলৰ বিষাক্ত কণাৰ উপস্থিতি বিশ্লেষণ গৱেষণাগাৰ- অটল মুকলি কৰে। উল্লেখযোগ্য যে, দিল্লীৰ এন চি আৰৰ বাবে মুকলি কৰা বায়ু প্ৰদূষণ বিশ্লেষণ ব্যৱস্থা, বিশ্বৰ ভিতৰতে প্ৰথমটো এনে গৱেষণাগাৰ। ড° সিঙে চৰকাৰৰ বিভিন্ন সংস্থাৰ মাজত সমন্বয়ৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। ইয়াৰ জৰিয়তে বৈজ্ঞানিক প্রতিষ্ঠান, পৰিৱেশ পৰ্যবেক্ষক, প্রদূষণ নিয়ন্ত্রণ সংস্থা আৰু দুর্য...