January 22, 2026 11:15 AM

views 125

ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে গ্রীণলেণ্ড নিয়ন্ত্ৰণ কৰিবলৈ বল প্রয়োগ নকৰা কথা প্ৰকাশ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে গ্রীণলেণ্ড নিয়ন্ত্ৰণ কৰিবলৈ বল প্রয়োগ নকৰে বুলি কয় যদিও পুনৰ তেঁও আর্কটিক দ্বীপৰ মালিকীস্বত্ব ৱাশ্বিংটনক দিয়াৰ দাবী উত্থাপন কৰে। ডাভোছত বিশ্ব অর্থনৈতিক মঞ্চৰ সন্মিলনত ভাষণ দি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে গ্রীনলেণ্ড অধিগ্রহণ সন্দৰ্ভত আমেৰিকাই তাৎক্ষণিক আলোচনা বিচাৰিছে। গ্রীণলেণ্ড আমেৰিকাৰ মিত্র দেশ ডেনমাৰ্কৰ অর্ধস্বায়ত্তশাসিত ভূখণ্ড। সামৰিক মিত্রতা নাটো গঠন কৰা উত্তৰ আমেৰিকা আৰু ইউৰোপৰ ৩২খন দেশৰ ভিতৰত আমেৰিকা আৰু ডেনমার্ক অন্যতম। ট্রাম্পে ডেনমার্কৰ ...

August 16, 2025 8:54 PM

views 81

শান্তি প্ৰতিষ্ঠাৰ বাবে আমেৰিকা-ৰাছিয়া উভয় দেশৰ নেতৃত্বক প্রশংসা ভাৰতৰ

ভাৰতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত আলাস্কাত অনুষ্ঠিত বৈঠকক আদৰণি জনাইছে আৰু কৈছে যে, শান্তি প্ৰতিষ্ঠাৰ বাবে উভয় দেশৰ নেতৃত্ব প্রশংসনীয়। বৈদেশিক মন্ত্ৰালয়ে বৈঠকত হোৱা আলোচনাৰ অগ্ৰগতিৰ প্ৰশংসা কৰে আৰু কয়, যে কেৱল আলোচনা আৰু কূটনীতিৰ জৰিয়তেহে শান্তি প্রতিষ্ঠা সম্ভৱ। মন্ত্ৰ্যালয়ে কয়, যে সমগ্র বিশ্বই অতি শীঘ্ৰেই ইউক্রেইনৰ সংঘৰ্ষ সমাপ্ত হোৱাটো বিচাৰে। ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে যুদ্ধ সমাপ্ত কৰাৰ বাবে ইউক্রেইনে ৰাছিয়াৰ সৈতে বুজাবুজি কৰা উচিত ...

June 24, 2025 8:55 PM

views 64

ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ বিৰতি বলবৎ হৈ আছে বুলি ডনাল্ড ট্রাম্পৰ প্ৰকাশ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ বিৰতি বলবৎ হৈ আছে বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। শ্রীট্টাম্পে কয়, যে ইজৰাইলে ইৰাণক আক্ৰমণ নকৰে আৰু সকলো বিমান গৃহ অভিমুখে ৰাওনা হ'ব। শ্ৰীট্টাম্পে লগতে যুদ্ধ বিৰতি বলবৎ হৈ থকা বাবে কোনো লোক আহত নহয় বুলি মন্তব্য কৰে। ইয়াৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইজৰাইল আৰু ইৰাণ উভয়ে যুদ্ধ বিৰতি উলংঘা কৰা বুলি মন্তব্য কৰিছিল।        ইয়াৰ আগেয়ে ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে ৰাষ্ট্ৰপতি ট্রাম্পে যুদ্ধ বিৰতি ...