October 22, 2026 4:29 PM
2
৩ দিনীয়া ভ্রমণসূচীৰে কালি সন্ধিয়া দিল্লীত উপস্থিত পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্ক
পোলেণ্ডৰ প্ৰধানমন্ত্ৰী টাস্ক তিনিদিনীয়া ভ্রমণসূচীৰে কালি সন্ধিয়া নতুন দিল্লীত উপস্থিত হয়। তেওঁৰ সৈতে দেশখনৰ বিত্ত আৰু অৰ্থনীতি মন্ত্ৰী এন্ড্রেজ ড’মানস্কিৰ লগতে ভালেসংখ্যক ব্যৱসায় প্রতিনিধি ভাৰতলৈ আহিছে। পোলেণ্ডৰ প্ৰধানমন্ত্রী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাছত এয়া হৈছে টাস্কৰ দ্বিতীয়টো ভাৰত ভ্ৰমণ। ইয়াৰ পূৰ্বে ২০১০ চনত পোলেণ্ডৰ প্রধানমন্ত্ৰীগৰাকী ভাৰতলৈ আহিছিল। ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি পুৱা শ্ৰীটাস্কক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ জয়শংকৰে ভাৰত-পোল...