November 8, 2026 12:32 PM

views 6

বিশ্বৰ ভিন্ন প্ৰান্তত দীপাৱলী উদযাপন

ভাৰতবৰ্ষৰ সমান্তৰালকৈ বিশ্বৰ প্রান্তে প্রান্তে বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে উলহ-মালহেৰে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰিছে। বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা দীপাৱলী উদযাপনৰ দৃশ্য প্রকাশ পোৱাৰ লগে লগে এই উৎসৱৰ গোলকীয় জনপ্রিয়তা বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। পেৰিছৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্রই সাধুৰ বৰ্ণন আৰু কাগজৰ পুতলা নাচৰ সুন্দৰ সমন্বয়েৰে ৰামায়ণৰ কালজয়ী কাহিনী উপস্থাপন কৰি দীপাৱলী পালন কৰে। বিশিষ্ট শিল্পী উষা ভেংকটৰমণে পৰিবেশন কৰা এই অনুষ্ঠানত তামিল, হিন্দী, মাৰাঠী, ইংৰাজী আৰু তেলেগু ভাষাত ব্যাখ্য...