September 5, 2026 11:06 AM

views 13

এ আই গৱৰ্ননেন্স, শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ অৰ্থে গুগল এ আইসহ ৬টা প্রতিষ্ঠানৰে ৰাজ্য চৰকাৰৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ৰাজ্য চৰকাৰে এ আই গৱৰ্ণনেন্স, শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ অৰ্থে গুগল এ আই সহ ৬টা প্রতিষ্ঠানৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। গুৱাহাটীৰ কাহিলিপাৰাত কালি সমগ্ৰ শিক্ষাৰ সৈতে গুগল এ আই, আই আই টি মাদ্রাজ, একষ্টেপ, কেনভা এডুকেচন, এডুকেট গাৰ্লছ আৰু বোধন এ আইৰ সৈতে এই চুক্তি সম্পাদিত হয়। বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ লগতে সমগ্ৰ শিক্ষাৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে। শিক্ষামন্ত্রী ডাঃ পেগুৱে কয়, যে ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ত শিক্ষা ব্যৱস্থাত অধিকৰ পৰা অধ...