July 1, 2026 8:53 PM
3
মন্ত্রী শিৱৰাজ সিং চৌহান, কিৰেণ ৰিজিজুৰ ধেমাজিৰ বান পৰিস্থিতি পৰিদৰ্শন
কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহান আৰু কেন্দ্রীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি ধেমাজিৰ বান পৰিস্থিতিৰ বুজ লয়। অসম আৰু অৰুণাচল প্ৰদেশৰ শেহতীয়া বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে উত্তৰ পূৰ্বাঞ্চললৈ অহা কেন্দ্রীয় মন্ত্রী শিৱৰাজ সিং চৌহানে ইটানগৰৰ পৰা পোনে পোনে ধেমাজিৰ চিমেন চাপৰিত হেলিকপ্তাৰযোগে অৱতৰণ কৰে আৰু বান ক্ষতিগ্রস্ত অৰুণ চাপৰিৰ এলেকাসমূহ পৰিদৰ্শন কৰে। কেন্দ্ৰীয় মন্ত্রী দুগৰাকীৰ সৈতে অসমৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী তথা ধেমাজি জিলাৰ অভিভাৱক মন্ত্রী অতুল ...