July 21, 2026 1:49 PM

views 29

ভাৰতত প্ৰথমবাৰলৈ ডেংগুৰ এটা প্ৰতিষেধকলৈ আনুষ্ঠানিক অনুমোদন

ভাৰতত প্ৰথমবাৰলৈ ডেংগুৰ এটা প্ৰতিষেধকলৈ আনুষ্ঠানিক অনুমোদন জনোৱা হৈছে। ভাৰতৰ ঔষধ নিয়ন্ত্ৰক জেনেৰেলে টাকেডা বায়’ফাৰ্মাচিউটিকেলছ ইণ্ডিয়াৰদ্বাৰা বিকশিত 'কিউডেংগা' নামৰ প্ৰতিষেধকবিধ বজাৰত বিক্ৰীৰ বাবে অনুমোদন জনাইছে। টাকেডা প্রতিষ্ঠান কর্তৃপক্ষই জনোৱা মতে, প্ৰতি বছৰে কেইবা নিযুত লোকক আক্ৰান্ত কৰা মহামাৰী ডেংগুৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত এই অনুমোদন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। এই প্রতিষেধকবিধ ৪ ৰ পৰা ৬০ বছৰ বয়সৰ লোকসকলৰ বাবে অনুমোদিত আৰু পূর্বে ডেংগুত আক্রান্ত হোৱা বা নোহোৱা যিকোনো ব্যক্তিয়েই এ...

August 3, 2024 2:04 PM

views 55

ডেংগী প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ প্ৰস্তুতি পর্যালোচনাৰে কেন্দ্রীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰৰ উচ্চ পৰ্যায়ৰ বৈঠক

কেন্দ্রীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰই দেশৰ ৯খন প্ৰভাৱিত ৰাজ্যত ডেংগী প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ প্ৰস্তুতি পর্যালোচনাৰ বাবে এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে। বৈঠকত স্বাস্থ্য সচিবগৰাকীয়ে কয় যে, দেশত ডেংগীৰ ফলত হোৱা মৃত্যুৰ হাৰ ১৯৯৬ চনত ৩.৩ শতাংশৰ পৰা ২০২৩ চনত ০.১৭ শতাংশলৈ হ্ৰাস পাইছে৷ সচিবগৰাকীয়ে ৰাজ্য আৰু পৌৰসভাসমূহক ডেংগীৰ প্ৰাদুৰ্ভাৱ সময়মতে নিয়ন্ত্ৰণৰ বাবে সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ উপৰিও তেওঁ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰভাৱিত এলেকা চিনাক্তকৰণ, চোৱাচিতা ...

July 10, 2024 8:20 PM

views 44

দেশত ডেংগীৰ প্ৰাদূৰ্ভাৱ নিয়ন্ত্ৰণ সন্দৰ্ভত পর্যালোচনা বৈঠক

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই দেশত ডেংগীৰ প্ৰাদূৰ্ভাৱ নিয়ন্ত্ৰণ কৰাৰ প্ৰস্তুতিৰ মূল্যায়নৰ উদ্দেশ্যে আজি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাড্ডাই কয় যে, স্বাস্থ্য মন্ত্ৰালয়ে ডেংগীৰ প্ৰাদূৰ্ভাৱ নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ বাবে আঁচনি প্ৰস্তুত কৰি উলিয়াইছে আৰু এই সন্দৰ্ভত ৰাজ্যসমূহৰ সৈতে একেলগে কাম কৰি আছে। তেওঁ কয় যে, মন্ত্রালয়ে অহর্নিশে কার্যক্রম ডেংগী হেল্পলাইন মুকলি কৰিব। ৰাজ্যসমূহকো...