January 3, 2026 1:00 PM

views 30

মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত তিনিদিনীয়া সাংস্কৃতিক উৎসৱ “দিল্লী শব্দোৎসৱ ২০২৬”ৰ শুভাৰম্ভ

দিল্লীৰ ইণ্ডিয়া গেটৰ ওচৰত অৱস্থিত মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত তিনিদিনীয়া সাংস্কৃতিক উৎসৱ "দিল্লী শব্দোৎসৱ ২০২৬"ৰ কালি শুভাৰম্ভ হয় । দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ২ জানুৱাৰীৰ পৰা ৪ জানুৱাৰীলৈ হ'বলগীয়া এই মহোৎসৱৰ উদ্বোধন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হৰ্ষ মালহোত্রা, দিল্লীৰ কলা তথা সাংস্কৃতিক মন্ত্রী কপিল মিশ্রও উপস্থিত থাকে। অনুষ্ঠানটোত কেইবাগৰাকীও সাহিত্যিক, ছাত্র-ছাত্রী, পণ্ডিত, শিল্পী আৰু নাগৰিকে অংশগ্ৰহণ কৰে। সভাত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই মহোৎসৱে ভাৰতৰ অতীত...