March 23, 2025 7:59 PM

views 29

সোমবাৰৰ পৰা দিল্লী বিধানসভাৰ বাজেট অধিৱেশন

দিল্লী বিধানসভাৰ বাজেট অধিৱেশন কাইলৈ আৰম্ভ হ'ব। এই অধিৱেশন অহা ২৮ মার্চলৈ অব্যহত থকাৰ কথা। প্রয়োজনত এই সময়সীমা সম্প্ৰসাৰিত হ'ব পাৰে। এই অধিৱেশনত কাইলৈ দিটিচিৰ কাম-কাজ সন্দৰ্ভত চি এ জি প্রতিবেদন উত্থাপন কৰা হ'ব। অহা মঙলবাৰে বাজেট উত্থাপন কৰা হোৱাৰ লগতে বছৰটোৰ বাবে চৰকাৰী পৰিকল্পনা আৰু বিত্তীয় অগ্রাধিকাৰৰ বিষয়সমূহ নিৰ্ধাৰণ কৰা হ'ব। অধিবেশনৰ সময়ছোৱাত মুখ্য বিত্তীয় তথা আঁচনি সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰা হোৱাৰ লগতে এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব। আইন প্রণেতাসকলে আঁচনি পদক্ষেপ তথা বিত্তীয় মঞ...

February 9, 2025 8:24 PM

views 47

আম আদমী পাৰ্টীৰ চৰকাৰৰ বিত্তীয় অনিয়মৰ সন্দৰ্ভত কেগৰ প্ৰতিবেদন প্ৰথমখন বিধানসভা অধিৱেশনত দাখিল কৰা হ’ব বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিল্লীবাসীক নিশ্চিতি প্ৰদান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ আম আদমী পাৰ্টীৰ চৰকাৰৰ সময়ত সংঘটিত বিত্তীয় অনিয়মৰ সন্দৰ্ভত কেগে প্ৰস্তুত কৰা প্ৰতিবেদন প্ৰথমখন বিধানসভা অধিৱেশনত দাখিল কৰা হ'ব বুলি দিল্লীবাসীক নিশ্চিতি দিছে। কালি বিজেপিয়ে নতুন দিল্লীত ৪৮ খন আসনত জয়লাভ কৰাৰ পিছতে দলৰ মুখ্য কাৰ্যালয়ত দলীয় সমর্থকক সম্বোধন কৰি দিয়া ভাষণত প্রধানমন্ত্ৰী গৰাকীয়ে এই প্রতিশ্রুতি দিয়ে। উল্লেখযোগ্য যে কেগৰ প্ৰতিবেদনত দিল্লী চৰকাৰৰ আবকাৰী নীতিৰ বিসংগতিৰ বাবে ২০২৬ কোটি টকাৰ ৰাজহ লোকচান হোৱা বুলি প্ৰকাশ পাইছে। কেগৰ প্ৰতিবেদনত...

February 9, 2025 11:04 AM

views 47

২৭ বছৰৰ মূৰত বিজেপিৰ দিল্লীত পুনৰ ক্ষমতাত অধিস্থিত

বিজেপিয়ে আম আদমী পাৰ্টীক পৰাস্ত কৰি ২৭ বছৰৰ মূৰত দিল্লীত পুনৰ ক্ষমতাত অধিস্থিত হৈছে। দলটোৱে দিল্লী বিধানসভাৰ ৭০ খন আসনৰ ভিতৰত ৪৮ খনত জয়লাভ কৰিছে। ইয়াৰ বিপৰীতে আম আদমী পাৰ্টীয়ে ২২ খনত জয়লাভ কৰিছে। কংগ্ৰেছ দলে কোনো আসন লাভ কৰা নাই। বিজেপিৰ পৰা জয়লাভ কৰা উল্লেখযোগ্য নেতাসকলৰ ভিতৰত আছে নতুন দিল্লীত পৰবেশ ছাহিব সিং, জুনপুৰাৰ পৰা তৰবিন্দ সিং মাৰোৱা, কাৰৱাল নগৰৰ পৰা কপিল মিশ্র, ৰোহিনীৰ পৰা বিজেন্দ্ৰ গুপ্তা, ৰজৌৰি গার্ডেনৰ পৰা মনজিন্দৰ সিং চিছা, গান্ধীনগৰৰ পৰা অৰবিন্দ সিং লাভলী, গ্ৰেটাৰ কৈলাশৰ পৰা...

February 2, 2025 8:41 PM

views 43

আপ দলৰ কৰ্মীক আক্ৰমণৰ অভিযোগ তুলি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ মুখ্য নির্বাচনী বিষয়ালৈ পত্র

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কাইলৈ বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। প্ৰচাৰ অভিযানৰ সামৰণিৰ দিব চমু চাপি অহাৰ লগে লগে ৰাজনৈতিকত দলসমূহে ভোটদাতাসকলৰ মন জয়কৰাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে মুখ্য নির্বাচনী বিষয়ালৈ এখন পত্র লিখি বিজেপি কর্মকর্তা তথা দিল্লী আৰক্ষী বিষয়াৰ বিৰুদ্ধে আপ দলৰ কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ তুলি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সংবাদ মাধ্যমৰ আগত কেজৰিৱালে নতুন দিল্লীৰ আপ দলৰ কর্মকর্তাসকলক বিজেপি কৰ্মকৰ্তাই হাৰাশাস্তি কৰা...

February 2, 2025 8:33 PM

views 46

আম আদমী পাৰ্টীয়ে হতাশাৰ বলি হৈ প্ৰতি ঘণ্টাতে নতুন আঁচনি ঘোষণা কৰে বুলি জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিযোগ

আম আদমী পাৰ্টীয়ে হতাশাৰ বলি হৈ প্ৰতি ঘণ্টাতে নতুন আঁচনি ঘোষণা কৰে বুলি জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিযোগ তোলে। নতুন দিল্লীৰ আৰ কে পুৰমত অনুষ্ঠিত এখন জনসভাত ভাষণ দি শ্রীমোদীয়ে কয়, যে আপ দলে ভুৱা ঘোষণা কৰিছে। বিগত ১১ বছৰ আপ দলে অপচয় কৰা বুলি উল্লেখ কৰি তেওঁ কয়, যে দলটোৱে কোনো উন্নয়নমূলক কাম কৰা নাই। নতুন দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি আশা প্রকাশ কৰি নেতাগৰাকীয়ে কয় যে দ্বৈত ইঞ্জিনৰ চৰকাৰে সময়ৰ অপব্যৱহাৰ নকৰে। তেওঁ কয়, যে ধনী-দুখীয়া নির্বিশেষে নতুন দ...

February 2, 2025 12:20 PM

views 33

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কাইলৈ বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। প্ৰচাৰ অভিযানৰ সামৰণিৰ দিব চমু চাপি অহাৰ লগে লগে ৰাজনৈতিকত দলসমূহে ভোটদাতাসকলৰ মন জয় কৰাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। বিভিন্ন দলৰ শীৰ্ষ নেতাসকলে দলীয় প্রার্থীসকলৰ হকে সমর্থন আদায়ৰ বাবে ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী সভা আৰু ৰোড শ্বত ভাগ লৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি আৰ কে পুৰমত দলৰ হৈ প্ৰচাৰ চলাব। একেদৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে ৰাজিন্দৰ নগৰ, চান্দনী চ'ক আৰু লক্ষ্মী নগৰত প্ৰচ...

January 15, 2025 8:20 PM

views 36

দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ

অহা ৫ ফেব্ৰুৱাৰীত দিল্লীত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়াৰ অন্ত পৰিবলৈ মাজত মাথো দুটা দিন থকাৰ অৱস্থাত দিল্লীত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। আম আদমী পাৰ্টীৰ নেতা তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি নতুন দিল্লী সমষ্টিৰ বাবে মনোনয়ন পত্র দাখিল কৰে। প্ৰদেশ বিজেপিৰ শীৰ্ষ নেতা পাৰৱেশ বার্মায়ো একেটা সমষ্টিৰ বাবে মনোনয়ন পত্র দাখিল কৰিছে। আজি ৰাজ্যখনৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা মনীষ সিসোদিয়ায়ো জংগপুৰা সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখি...