October 21, 2026 11:17 AM
5
ভাৰতে বিশ্ব শান্তি আৰু মানৱতাৰ কল্যাণৰ প্ৰতি প্রতিশ্রুতিবদ্ধতাৰে সমৃদ্ধি, জ্ঞান আৰু শক্তিক একেলগ কৰিব বিচাৰিছে বুলি প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে বসুধৈৱ কুটুম্বকম দৰ্শনৰ দ্বাৰা অনুপ্রাণিত হৈ ভাৰতে বিশ্ব শান্তি আৰু মানৱতাৰ কল্যাণৰ প্ৰতি প্ৰতিশ্রুতিবদ্ধতাৰে সমৃদ্ধি, জ্ঞান আৰু শক্তিক একেলগ কৰিব বিচাৰিছে। তাজিকিস্তানৰ ৰাজধানী ডুশ্বানবেত প্রবাসী ভাৰতীয়সকলৰ উদ্দেশি দিয়া ভাষণত শ্রীসিঙে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ অৰ্থনৈতিক পৰিৱৰ্তন, সংস্কাৰচালিত প্রশাসন, উন্নত প্রযুক্তি আৰু বর্ধিত গোলকীয় স্তৰে এই দর্শনক বাস্তৱায়িত কৰাত সহায় কৰিছে। ভাৰতৰ শক্তিশালী অর্থনৈতিক বিকাশত আলোকপাত কৰি শ্রীসিঙে কয় ...