July 19, 2026 12:46 PM

views 18

ভাৰতৰ বাবে সন্ত্রাসবাদৰ প্ৰতি শূন্য সহনশীলতা কেৱল মুখৰ কথাই নহয়, বৰং এই নীতিত দেশ অটল হৈ আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰকাশ

ভাৰতৰ বাবে সন্ত্রাসবাদৰ প্ৰতি শূন্য সহনশীলতা কেৱল মুখৰ কথাই নহয়, বৰং এই নীতিত দেশ অটল হৈ আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি Forces First সন্মিলনত অংশগ্রহণ কৰি শ্রীসিঙে কয়, যে ভাৰতে অকল দেশৰ ভিতৰতে নহয়, বৰং প্রয়োজন হ'লে সন্ত্রাসবাদীৰ ঘাটিত প্ৰৱেশ কৰিও আক্রমণ চলাব। অপাৰেচন সিন্ধুৰ সময়ত সমগ্র বিশ্বই ভাৰতৰ এই নীতি প্রত্যক্ষ কৰা বুলি উল্লেখ কৰি শ্রীসিঙে ইয়াক কাৰিকৰী যুদ্ধৰ এটা উজ্জ্বল নিদর্শন বুলি অভিহিত কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে অপাৰেচন সিন্দুৰৰ সময়ত আকাশতীৰ, আক...