August 6, 2026 12:13 PM

views 26

অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত অবৈধ খনন হোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত হস্তক্ষেপ বিচাৰি ৰাষ্ট্ৰপতি মুৰ্মুৰ ওচৰত আবেদন দাখিল দেবব্ৰত শইকীয়া

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেবব্ৰত শইকীয়াই অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত অবৈধ খনন হোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত হস্তক্ষেপ বিচাৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ওচৰত এখন আবেদন দাখিল কৰিছে। নেতাগৰাকীয়ে চুবুৰীয়া অঞ্চলসমূহত অনিয়ন্ত্রিত খনন, বন ধ্বংস, নদীৰ তলি বাম হোৱা আৰু পাৰিপাৰ্শ্বিক অৱনতিৰ বাবে বানৰ সৃষ্টি হৈছে নেকি তাৰ মূল্যায়নৰ বাবে স্বতন্ত্ৰ পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। তেওঁ আবেদনখনৰ জৰিয়তে অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত খননত নিৰীক্ষণৰ বাবে এটা স্বতন্ত্ৰ ব্যৱস্থা গঢ়ি তো...

June 30, 2025 8:49 PM

views 90

ৰাজীৱ ভৱনত অসম প্রদেশ কংগ্ৰেছ কমিটীৰ ‘আছাম জাষ্টিছ’ শীৰ্ষক এটা প’ৰ্টেল মুকলি

অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে আজি ৰাজীৱ ভৱনত আছাম জাষ্টিছ শীৰ্ষক এটা প'ৰ্টেল মুকলি কৰে। বিধায়ক জাকিৰ হুছেইন সিকদাৰ, মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰকে ধৰি অন্যান্য নেতা-কৰ্মীৰ উপস্থিতিত বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই এই প'ৰ্টেলটো মুকলি কৰে। শ্ৰীশ‍ইকীয়াই অনুষ্ঠানৰ পাছত এখন সংবাদমেলত কয়, যে ৰাজ্যৰ পঞ্চায়তী ব্যৱস্থাৰ পৰা আৰম্ভ কৰি শিক্ষা, স্বাস্থ্য, পথ আদিৰ সমস্যা সন্দৰ্ভত জনসাধাৰণে এই প'ৰ্টেলৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব। তেওঁ কয়, যে জনসাধাৰণে দাখিল কৰা সমস্যাসমূহ পঞ্জীয়ন কৰি এইক্ষেত্...