April 28, 2025 8:27 PM

views 39

দৰং কৰ্কট কেন্দ্ৰৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনজোৰাকৈ পালন

ৰাজ্য চৰকাৰে টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত মঙলদৈত স্থাপন কৰা আৰু অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনে পৰিচালনা কৰা দৰং কৰ্কট কেন্দ্ৰৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনজোৰাকৈ পালন কৰা হয়। জৰায়ুৰ কৰ্কট ৰোগ প্ৰতিৰোধ আৰু চিকিৎসাক মূল বিষয় হিচাপে লৈ এইবছৰৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হয়। এই উপলক্ষে চিকিৎসা প্রতিষ্ঠানটোত এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত চিকিৎসা প্রতিষ্ঠানটোৰ অধীক্ষগৰাকীয়ে বিগত তিনি বছৰত তেওঁলোকে দৰং জিলাৰ লগতে চুবুৰীয়া জিলাসমূহত কৰ্কট ৰোগীৰ লগতে অন্যান্য ৰোগত আক্ৰান্ত ৰোগীসকলক...