June 16, 2026 7:56 PM

views 13

আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰীয়া প্ৰতিৰোধ অভিযান

শিশুসকলৰ ডায়েৰীয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰীয়া ৰোধ অভিযান অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে ORS আৰু জিংক পৰিপূৰকৰ ব্যৱহাৰ, অনাময় শৌচাগাৰৰ প্ৰয়োজনীয়তা তথা জনসচেতনতা বৃদ্ধি সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে বিশেষ কাৰ্যপন্থা গ্রহণ কৰা হৈছে। অহা ৩১ জুলাইলৈ চলিবলগীয়া এই অভিযানৰ অংশ স্বৰূপে আজি দিনৰ ১১ বজাত শ্রীভূমিৰ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত স্বাস্থ্য বিভাগৰ বিষয়া, চিকিৎসক, না...