August 10, 2026 6:59 PM
13
ৰাজ্যৰ কেইবাখনো জিলাত মচুৰ দাইল আৰু চেনি বিতৰণৰ শুভাৰম্ভ
ওদালগুৰি, দক্ষিণ শালমাৰা-মানকাচৰ, পশ্চিম কাৰ্বি আংলং আদি জিলাসমূহতো আজি খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মচুৰ দাইল আৰু চেনি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। দক্ষিণ শালমাৰাৰ সদৰ হাটশিঙিমাৰীত জিলা আয়ুক্তৰ উপস্থিতিত হিতাধিকাৰীসকলক মচুৰ দাইল আৰু চেনি বিতৰণ কৰা হয়। এই আঁচনিখন বৰপেটা জিলাতো বিধায়ক দীপক কুমাৰ দাসৰ উপস্থিতিত মুকলি কৰা হয়। হিতাধিকাৰীসকলক সম্বোধন কৰি শ্ৰী দাসে কয়, যে ৰাজ্যৰ জনসাধাৰণক সকাহ প্ৰদান আৰু খাদ্য সুৰক্ষা অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা এই পদক্ষ...