July 29, 2026 8:18 PM
23
কমনরেল্থ গেমছৰ বক্সিঙত ভাৰতৰ সাক্ষী চৌধুৰী ছেমিফাইনেলত প্ৰৱেশ
গ্লাচগাত অনুষ্ঠিত কমনরেল্থ গেমছৰ বক্সিঙত আজি মহিলাৰ ৫১ কিলোগ্রাম ওজন শাখাত ভাৰতৰ সাক্ষী চৌধুৰীয়ে ছেমিফাইনেলত প্ৰৱেশ কৰে আৰু দেশৰ হকে কমেও ব্ৰঞ্জৰ পদক নিশ্চিত কৰে। সাক্ষীয়ে কোৱাৰ্টাৰ ফাইনেলত উত্তৰ আয়াৰলেণ্ডৰ কেইটলীন ফ্রায়াৰ্ছক ৫-০ ফলাফলত পৰাস্ত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰে। সাক্ষী- লাভলীনা বৰগোহাই, প্রীতি পাৱাৰ, প্রিয়া ঘনঘাছ আৰু যদুমণি সিঙৰ পাছত এইবাৰৰ কমলৱেল্ গেমছত দেশৰ হকে পদক নিশ্চিত কৰা পঞ্চমগৰাকী ভাৰতীয় বক্সাৰ। ইয়াৰ পূৰ্বে গুলবীৰ সিঙে পুৰুষৰ ১০ হাজাৰ মিটাৰ দৌৰত ৰূপৰ পদক অর্জন কৰি ইতিহাস...