June 10, 2026 6:12 PM

views 12

চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ উদ্যোগত অসম CSR ROUND TABLE 2.0 শীর্ষক অনুষ্ঠান

ৰাজ্যৰ স্বাস্থ্য খণ্ডক অধিক উন্নত, প্রযুক্তি নিৰ্ভৰ আৰু বিশ্বমানৰ কৰি গঢ়ি তোলাৰ লক্ষ্যৰে চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ উদ্যোগত আজি গুৱাহাটীত অসম CSR ROUND TABLE 2.0 শীর্ষক এটা অনুষ্ঠান অনুষ্ঠিত হয়। স্বাস্থ্য, পৰিয়াল কল্যাণ তথা চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আনুষ্ঠানিকভাৱে এই অনুষ্ঠান উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি কয়, যে টাটা গোটৰ সহায়ত গঠন কৰা অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ জৰিয়তে ৰাজ্যজুৰি ক...