July 13, 2026 12:07 PM

views 35

কাটাৰৰ আমিৰ, শ্বেইখ হামাদ বিন খালিফা অল থানিৰ প্ৰতি সন্মান জনাই ভাৰতৰ আজিৰ দিনটো ৰাষ্ট্ৰীয় শোক পালন

ভাৰতে কালি মৃত্যু হোৱা কাটাৰৰ আমিৰ, শ্বেইখ হামাদ বিন খালিফা অল থানিৰ প্ৰতি সন্মান জনাই আজিৰ দিনটো ৰাষ্ট্ৰীয় শোক পালনৰ দিন হিচাপে ঘোষণা কৰিছে। এই উপলক্ষে আজি সমগ্র দেশতে ৰাষ্ট্ৰীয় পতাকা নিয়মীয়াকৈ উৰুৱাই থকা সকলো ভৱনত ৰাষ্টীয় পতাকা অর্ধনমিত কৰা ৰখা হ'ব। আজিৰ দিনটোত কোনোধৰণৰ চৰকাৰী মনোৰঞ্জনমূলক অনুষ্ঠানৰ আয়োজন কৰা নহ'ব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ফাডাৰ আমিৰ শ্বেইখ হামাদ বিন খালিফা অল থানিৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰিছে। এটা শোকবার্তাত শ্রীমোদীয়ে কয়, যে অল থানি এগৰাকী দূৰদৰ্শী নেতা আছিল যিয়ে কাটাৰ...