September 29, 2026 12:00 PM

views 22

নতুন দিল্লীত ভাৰতীয় নৌ সেনাৰ কামাণ্ডাৰ কনফাৰেন্স ২০২৬ৰ দ্বিতীয় সংস্কৰণ

নতুন দিল্লীত আজি ভাৰতীয় নৌ সেনাই কামাণ্ডাৰ কনফাৰেন্স ২০২৬ৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে জনোৱা মতে তিনি দিনীয়া এই সম্মিলনে আউটষ্টেচন অপাৰেচনেল আৰু এৰিয়া কামাণ্ডৰসকলৰ লগতে জ্যেষ্ঠ নৌ সেনাৰ নেতৃত্বৰ বাবে নতুন পথ দেখুৱাব। এই সন্মিলনে সামৰিক কৌশলগত পৰ্যায়ত কাৰ্যকৰী প্রস্তুতিৰ বিস্তৃত পর্যালোচনা কৰাৰ লগতে প্রতিষ্ঠানিক ব্যৱস্থাৰ জৰিয়তে চৰকাৰী প্ৰক্ৰিয়াৰ সৈতে জড়িত হোৱাৰ সুবিধা প্রদান কৰিব। মন্ত্র্যালয়ে জনোৱা মতে এই সম্মিলনে পশ্চিম এছিয়াত চলি থকা সংঘাটৰ মাজত শক্তিৰ নিৰাপত্তাকে ধৰ...