August 12, 2026 10:05 AM

views 30

কলম্বিয়াৰ প্রলয়ংকৰী ভূমিকম্পত কমেও ২৫০জন লোকৰ মৃত্যু

কলম্বিয়াত প্রচণ্ড ভূমিকম্পত আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে কালি পশ্চিম অংশৰ ধ্বংসস্তূপ খান্দি ধ্বংসাৱশেষৰ মাজত চেপা খাই থকাৰ আশংকা থকা লোকসকলক চিঞৰি সন্ধান উলিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে৷ এই প্রলয়ংকৰী ভূমিকম্পত কমেও ২৫০ জন লোকৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে ৷  উল্লেখযোগ্য যে সোমবাৰে পুৱা কলম্বিয়াত সংঘটিত এই শতিকাৰ আটাইতকৈ ভয়াৱহ ভূমিকম্পটোৰ ফলত কফি খেতিৰ বাৱে জনাজাত অঞ্চলটোৰ ভূমিখণ্ড ফালি যোৱাৰ লগতে প্ৰকাণ্ড অট্টালিকা, ঘৰ, বিদ্যালয় আৰু স্বাস্থ্য কেন্দ্রসমূহত ফাট মেলে,হেলনীয়া হয...