July 21, 2026 6:40 PM
2
পলাশবাৰীত আজি কেইবাটাও প্ৰতিষ্ঠানৰ উদ্বোধন মুখ্যমন্ত্রীৰ
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি পলাশবাৰীত কেইবাটাও প্ৰতিষ্ঠানৰ উদ্বোধন কৰে। ড০ শৰ্মাই প্ৰথমে বঙৰাৰ টেকচিটীত ডিজিটেল ডিজাইন আৰু থ্রীডি প্রিন্টিং উৎকৰ্ষতা কেন্দ্ৰ উদ্বোধন কৰে। ৫৪ কোটি টকা প্ৰকল্প ব্যয়েৰে এই কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছতে গুৱাহাটীৰ আই আই এমত প্ৰথমটো বিদ্যায়তনিক বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানত অংশ লয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নতুন শিক্ষানুষ্ঠানৰ আত্মপ্রকাশেৰে আজিৰ দিনটো অসমৰ বাবে এটা গৌৰৱৰ দিন বুলি উ...