August 2, 2026 12:04 PM

views 1

বান ক্ষতিগ্ৰস্ত উজনিৰ চাৰিখন জিলাৰ জনসাধাৰণক ৫ আগষ্টৰ ভিতৰত ১৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

বানত বেয়াকৈ ক্ষতিগ্রস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ জনসাধাৰণক কাইলৈৰ পৰা পাঁচ আগষ্টৰ ভিতৰত বেংক একাউণ্ট যোগে ১৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব। শিৱসাগৰ জিলাৰ ৫৫ হাজাৰ, চৰাইদেউ জিলাৰ ২০ হাজাৰ, যোৰহাট জিলাৰ ৭ হাজাৰ আৰু গোলাঘাট জিলাৰ তিনি হাজাৰ পৰিয়ালে এই ধন লাভ কৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে।  তেওঁ কয় যে জিলা চাৰিখনৰ অৰুণোদয় হিতাধিকাৰীসকলে আঢ়ৈ হাজাৰ টকাকৈ লাভ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে বানপীড়িত ৰাইজক চৰকাৰে আগবঢ়াই যোৱা বিভিন্ন আ...